বসুন্ধৰাৰ নৱৰূপ ৰৌদ্ৰজালক আৱৰি আকাশত বিস্তাৰিত হ'ল মেঘ বসুন্ধৰাক তিয়াই পেলাম বুলি খৰ-ধৰ কৈ নামি আহিল বৰ্ষা মেঘৰ মাদলত উল্লাহিত হৈ পৰিল গছ-বিৰি…
Read moreদূৰ সীমাৰেখা পৰা আন্ধাৰৰ ফেঁহুজালি ফালি, দিগন্তত ৰাঙলী আভা বিলাই দিয়াৰ প্ৰবলতাৰে পূব আকাশত অৰূণাভৰ আগমন। ক্ৰমাস: ৰৌদ্ৰজালৰ আৱস্তনিত ধৰাত প্ৰস্ফুটিত …
Read moreমাজ নিশাৰ অন্ধকাৰ ত গাৰুটো সাৱটি কম্বল খন খামুচি উঠো ।অজানা সঙ্কা এটায়ে খেদি কৰতোৱা কৰে মোক । পাৰা- পাৰ নোপোৱা কোনোবা লক্ষ্য ভ্ৰষ্ট নাৱিক ৰ দৰে মোৰ…
Read moreঅৰুণাভ মলিয়ন,ভগ্ন হৃদয়ৰ বিশৃংখলিত টুকুৰাবোৰ শৃংখলিত কৰাত হৈ পৰিছিলো মই ভাৰাক্ৰান্ত. তুমি কোনো উজ্জ্বল জ্যোতিষ্ক হৈ, আহিলা মোৰ কাননত আলহি হৈ । আন্ধা…
Read moreবসুন্ধৰা আৰু বসন্তৰ প্ৰেম শীতলা সমীৰণত ৰুক্ষ আৰু প্ৰাণহীন বসুন্ধৰা অপেক্ষাত আতুৰ হৈ পৰিছিল ঋতুৰাজ বসন্তৰ দিগন্তত সেন্দুৰীয়া আভা বিয়পাই সুৰুযে দিয়…
Read moreপশ্চিম আকাশত হেঙুলী আভা বিলাই ক্লান্ত বেলিয়ে সন্ধিয়ালৈ বাট এৰি গৈছিল। তেনেকুৱাতে মায়ে গৰম পানী এক গিলাচ বিচাৰিলে। কোনো আপত্তি নকৰাকৈ পাকঘৰলৈ গৈ গ…
Read more
Copyright © 2021 J K Bharadwaj®. All Right Reserved
Social Plugin