ABOUT US:
আমাৰ Website এ নতুন নতুন কিছুমান তথ্যৰ ওপৰত কাম কৰি আহিছে। বিশেষকৈ অসমীয়া ভাষাৰ উন্নতিৰ ক্ষেত্ৰতো বিশেষভাৱে কাম কৰি আহিছে। নতুন নতুন খৱৰ, শিক্ষা বিষয়ক তথ্য, চিকিৎসা সেৱাৰ লগত জড়িত বিভিন্ন তথ্য,মনোৰঞ্জন দিব পৰা কিছুমাম তথ্য, সাহিত্য, সংগীত,অভিনয় জগতখনৰ লগত জড়িত তথ্য, অসমীয়া কবিতা,গল্প, প্ৰৱন্ধ,সাধু আদিও প্ৰকাশ কৰি আহিছে।বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ লগত জড়িত তথ্যসমুহও ইয়াত প্ৰকাশ কৰা হয়। অনুগ্ৰহ কৰি আপোনালোকে আমাৰ Website টো আগবঢ়াই নিব বুলি আশা কৰিলোঁ।
0 Comments