Ticker

6/recent/ticker-posts

সোণৰ সজাত বন্দী মন ♦️ আকাংক্ষা তামুলী🔸অসমীয়া কবিতা ।



সোণৰ সজাত বন্দী মন

পখিলা খেদাৰ বয়স সিহঁতৰ 

সিহঁতি দুৱাৰ দলিত ৰৈ গল 

দুহাতৰে বালি ঘৰ সজাৰ বয়স সিহঁতৰ 

সেই দুহাত অংকবোৰ কৰোঁতে ৰৈ গল 

মন ভৰি খেলাৰ বয়স সিঁহতৰ 

মনবোৰ ডাঙৰ ডাঙৰ কিতাপত ৰৈ গল 

সমনীয়াৰ লগত উৰি ফুৰাৰ দিন সিহঁতৰ 

সোণৰ সজাত বন্দী হৈ ৰৈ গল ....

★★★★★★★★

নাম - আকাংক্ষা তামুলী 
ঠিকনা - লক্ষীমপুৰ, নাৰায়ণপুৰ, জৰাবাৰী

 Instagram : Click Here 

Post a Comment

0 Comments